14/7/2023ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ণ চক্ৰ(DUMSSC)ৰ দ্বাৰা ডিব্ৰুগড় জিলাৰ ৰমাই অঞ্চলত দহদিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিৱিৰ শেষ দিনৰ ফটোবোৰক স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ❤️

❤️
❤️

হাজাৰটা দুখৰ মাজতো হা‍ঁহি থাকিব বিচাৰোঁ মই ❤️ নাজানো পিছলৈ হাঁহি থাকিব পাৰিম নে নোৱাৰিম 😟😟

NSS Spicial camping program

(Ministry of Youth Affairs & Sports, Govt. Of India)

Theme:Youth for Reral Reconstruction

Adopted Villege: Japori Pathar

Venue: Kuruabahi L.P School

Date: 5th to 11th , January 2022

J.D.S.G College NSS Unit 1 & 2

❣️I Love my JDSG College ❣️

❣️এই ফটো বোৰ আমাৰ বাবে স্মৃতি হৈ থাকিব ❣️

Design a site like this with WordPress.com
Get started